DIGITAL

October 4, 2022

APTCE 18538973148

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

  • আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • কৰিমগঞ্জৰ ভাটগ্ৰামত চলাব নিৰ্বাচনী প্ৰচাৰ।
  • দিনৰ ১বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হব তেওঁ।
  • বিজেপিৰ ১৪গৰাকী আৰু অগপৰ ১গৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।

The post আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.