- আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- কৰিমগঞ্জৰ ভাটগ্ৰামত চলাব নিৰ্বাচনী প্ৰচাৰ।
- দিনৰ ১বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হব তেওঁ।
- বিজেপিৰ ১৪গৰাকী আৰু অগপৰ ১গৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
The post আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.