DIGITAL

December 4, 2023

APTCE 18538973148

আজি বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা দুলৰ্ভ চমুৱাই

  • আজি বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা দুলৰ্ভ চমুৱাই।
  • শতাধিক সমৰ্থকৰ সৈতে নগাঁৱত বিজেপিত যোগদান কৰিব জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে।
  • উল্লেখ্য যে, দলীয় টিকট নোপোৱাৰ পাছতে অসন্তুষ্টি দেখা গৈছিল বিভিন্ন মহলত।
  • নগাঁৱৰ কংগ্ৰেছ কাৰ্যালয়ো লণ্ড-ভণ্ড কৰিছিল একাংশ সমৰ্থকে।
  • আৰু অৱশেষত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ললে চমুৱাই।

The post আজি বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা দুলৰ্ভ চমুৱাই appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.