- কোৰোনাৰ বৰ্দ্ধিত প্ৰকোপ দেখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়োজন কৰিছে জৰুৰী বৈঠক।
- চৰকাৰৰ প্ৰতিনিধিৰ লগতে প্ৰশাসনৰ শীৰ্ষস্থানীয় বিষয়-ববীয়াৰ সৈতে কৰিব আলোচনা।
- ইতিমধ্যে আৰম্ভ হৈছে এই বৈঠকৰ।
- উল্লেখ্য যে, বিগত ২৪ঘন্টাত কেইবা শতাধিক লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত।
- শেহতীয়াকৈ নয়দাত লকডাউন জাৰি কৰা হৈছে যদিও অন্য কিছু অঞ্চলত লকডাউন জাৰি কৰাৰ সম্ভাৱনা আছে।
The post কোৰোনাৰ প্ৰকোপ দেখি মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠকৰ আহ্বান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.