- কৰিমগঞ্জত বিশাল জনসভাত সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- ১৩ গৰাকী বিজেপি প্ৰাৰ্থী আৰু এগৰাকী অগপ প্ৰাৰ্থীৰ প্ৰচাৰক লৈ এই বিশাল জনসভা।
- মোডীৰ জনসভাত লক্ষাধিক লোকৰ উপস্থিতি।
- ভাষণত লাচিত বৰফুকনৰ পৰা নেতাজীলৈকে স্মৰণ মোডীৰ।
- চাহৰ পৰা পেট্ৰ’লিয়ামলৈকে অসম চহকীঃ মোডী।
- বৰাক কেৱল অসমৰেই প্ৰৱেশদ্বাৰ নহয়, বিজেপিৰো প্ৰৱেশদ্বাৰঃ মোডী।
- মোডীয়ে কয়, বৰাকত পূৰ্বৰ পৰাই বিজেপিৰ ভেটি সবল।
- আজি অসমত বিকাশৰ ঢৌ, শান্তি প্ৰতিষ্ঠা হৈছেঃমোডী।
- কংগ্ৰেছে এই অঞ্চলটো বিকাশৰ পৰা বিচ্ছিন্ন কৰিছিল।
The post কৰিমগঞ্জত মোডীৰ বিশাল জনসভা appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.