- বিজেপিৰ ১৫গৰাকী টিকট বঞ্চিত প্ৰাৰ্থীক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ।
- ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে এই এইসকল নেতাক।
- মনোনীত প্ৰাৰ্থী তথা দলী সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দলবিৰোধী কাৰ্যত লিপ্ত হোৱা বাবে বহিষ্কাৰ।
- অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰণজিৎ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বহিষ্কাৰ কৰিছে তেওঁলোকক।
- বহিষ্কাৰ কৰা নেতা কেইগৰাকী ক্ৰমে-
- দিলীপ কুমাৰ পাল, শিলচৰ।
- ৰাও গজেন্দ্ৰ সিং, নাওবৈছা।
- প্ৰিয়ংকা নেওগ, চাবুৱা।
- লক্ষেশ্বৰ মৰাণ, ডুমডুমা।
- তৰুণ চাহু, ঢেকীয়াজুলি।
- থৈবা সিং, লক্ষিপুৰ।
- আশিষ হালদাৰ, সোণাই।
- ক্ষিতিশ ৰঞ্জন পাল, হাইলাকান্দি।
- ৰাম কুমাৰ নুনিয়া, কাটলিচেৰা।
- মনোজ মোহন দেৱ, হাইলাকান্দি।
- সীতা ইংতিপি, বৈঠালাংছু।
- হেমন্ত অধিকাৰী, বৰছলা।
- দেৱজিৎ মৰান, ডুমডুমা।
- ৰাজেশ কিষাণ, ডুমডুমা।
- দিলীপ বে, ডিফু।
The post বিজেপিৰ ১৫ টিকট বঞ্চিত প্ৰাৰ্থীক ৬ বছৰৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.