DIGITAL

February 5, 2023

APTCE 18538973148

বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ…

  • বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ’ব ।
  • আৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ বাবে লক্ষ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই ইস্তাহাৰ ।
  • বৃহস্পতিবাৰে ৪ বজাত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হ’ব ইস্তাহাৰ ।
  • অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুকলি কৰিব ইস্তাহাৰ ।
  • ইস্তাহাৰ মুকলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব ।

The post বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.