- বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান ।
- ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সম্পাদক মনোজ গগৈৰ অগপত যোগদান ।
- আছুৰ শতাধিক কৰ্মীৰো যোগদান অগপত ।
- অগপত যোগদান কংগ্রেছ, আপ, বোকাখাত নিৰ্মাণ গোটৰ বহু সদস্যৰ ।
- অগপ সভাপতি অতুল বৰাৰ বাসগৃহত আনুষ্ঠানিক যোগদান ।
The post বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.