DIGITAL

February 5, 2023

APTCE 18538973148

বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান…

  • বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান ।
  • ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সম্পাদক মনোজ গগৈৰ অগপত যোগদান ।
  • আছুৰ শতাধিক কৰ্মীৰো যোগদান অগপত ।
  • অগপত যোগদান কংগ্রেছ, আপ, বোকাখাত নিৰ্মাণ গোটৰ বহু সদস্যৰ ।
  • অগপ সভাপতি অতুল বৰাৰ বাসগৃহত আনুষ্ঠানিক যোগদান ।

The post বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.