- অসম জাতীয় পৰিষদৰ পূৱ গুৱাহাটী প্ৰাৰ্থী অদীপ ফুকনে শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।
- বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিব অদীপ ফুকনে ।
- ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব।
- ভেটাপাৰাৰ পৰা বহু সংখ্যক সমৰ্থকৰ সৈতে মনোনয়ন দিবলৈ আহে কংগ্ৰেছ নেত্ৰী গৰাকী ।
- ইফালে দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ সহন্তইও শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।
The post অদীপ ফুকন,মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই শুকুৰবাৰে দাখিল কৰিব মনোনয়ন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.