DIGITAL

September 23, 2023

APTCE 18538973148

বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুবক…

  • বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা ।
  • ট্রাক-বাইকৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ ।
  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুই যুৱক ।
  • বকো আৰক্ষী থানাত ৰখা হয় যুৱক দ্বয়ৰ মৃতদেহ ।
  • দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01-AQ-8961।
  • ট্রাকখনৰ নম্বৰ AS01-DC-8411 ।

The post বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুবক… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.