DIGITAL

September 24, 2023

APTCE 18538973148

হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ…

  • লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ হাৰমতীত আবকাৰীয়ে জব্দ কৰে পোন্ধৰ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা।
  • শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।
  • AS09AC 5833 নম্বৰৰ এখন ট্ৰাকত নাহৰলগুনৰ পৰা পাচিঘাটলৈ সুৰা কঢ়িয়াই অনা ট্ৰাকখন হাৰমতীত আবকাৰীয়ে জব্দ কৰে।
  • নিৰ্দিষ্ট নথি পত্ৰৰ উপৰিও বাধ্যতামূলক মূলক ভাবে থাকিব লগা ডিজিটেল লক নথকাৰ বাবেই ট্ৰাকখন জব্দ কৰা হয়।

The post হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.