- অসমত আকৌ ২৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯৫১জনলৈ পাইছে বৃদ্ধি।
- শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮জন লোক।
- এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২০১জনলৈ বৃদ্ধি পাইছে।
- ইফালে, চিকিৎসাধীন হৈ আছে ৩০৩জন ৰোগী।
- উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০জনলৈ বৃদ্ধি পাইছে।
The post অসমত আকৌ ২৭জন কোৰোনাত আক্ৰান্ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.