DIGITAL

December 3, 2023

APTCE 18538973148

মঙলদৈত শিক্ষাবিদ কামাখ্যা প্ৰসাদ শৰ্মাৰ দেহাৱসান

ডিজিটেল সংবাদ, মঙলদৈঃ বিশিষ্ট শিক্ষাবিদ তথা ‘মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ টেঙাবাৰীৰ নিবাসী কামাখ্যা প্ৰসাদ শৰ্মাৰ শনিবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দৰঙৰ বিভিন্ন দল-সংগঠনৰ লগতে মঙলদৈবাসীয়ে।

The post মঙলদৈত শিক্ষাবিদ কামাখ্যা প্ৰসাদ শৰ্মাৰ দেহাৱসান appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.