পুৱাৰ খবৰ…

১. ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২৫ জন …
ৰাজ্যত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হয় ২৫ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১২ জনে ।দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই ।বৰ্তমানলৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ২,১৭,৯৭৬ জন । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ২,১৫,২১৩ জনে । কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হৈছে ১১০০ গৰাকীৰ ।
২. সোমবাৰে মউকঅয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে…
২২ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অমিত শ্বাহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে জোনাই আৰু ওদালগুৰিত জনসাধৰনক সম্বোধন কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সংগ দিব বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়াই । ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও ২২ মাৰ্চত অসমৰ টিংখং,তিতাবৰ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব ।
৩. সোমবাৰেও প্ৰিয়ংকাই অসমত চলাব মাৰাথান নিৰ্বাচনী প্ৰচাৰ…
দেওবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকা গান্ধীয়ে দেওবাৰে যোৰহাট,নাজিৰা আৰু খুমটাইত নিৰ্বাচনী প..
অন্যপথ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা …

ডিজিটেল সংবাদ,উৰিয়ামঘাট : অন্যপথ গোষ্ঠীৰ উদ্যোগত ২১ মাৰ্চ তাৰিখে সৰুপথাৰৰ সাহিত্য সভাৰ ভৱনত নয়নমণি মেধিৰ সঞ্চালনাত ” চন্দ্ৰপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা ” অনুষ্ঠিত হয়। অন্যপথৰ সম্পাদক সুশান্ত কৃষ্ণ শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱাৰ পাছত সঞ্চালক মেধিয়ে অগ্ৰণী নাৰীবাদী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত চমুকৈ আলোকপাত কৰে।
ইয়াৰ পাছতে ” অসমত স্ত্ৰীশিক্ষাৰ জাগৰণ ” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি বিশিষ্ট লেখিকা তথা শিক্ষাবিদ দীপামণি কোচ ভৰালীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰখনতো লিংগ বৈষম্য অতীজৰে পৰা চলি আহিছে। অসমত বৈষ্ণৱ আন্দোলনৰ সময়ত মুষ্টিমেয় কেইগৰাকীমান নাৰীয়ে ধৰ্মীয় শিক্ষা লাভৰ সুযোগ কৰিছিল আধুনিক কালত খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাতহে আনুষ্ঠানিক স্ত্ৰীশিক্ষাৰ প্ৰচলন হয়।
ভাষণ প্ৰসংগত বক্তা গৰাকীয়ে স্ত্ৰীশিক্ষাৰ প্ৰধান অন্তৰায়সমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে আৰু কয় যে নাৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ উঠিলেহে বাস্তৱিকতে সমাজৰ প্ৰগতি হ’ব।অৱশ্যে কেৱল বিদ্যায়তনিক শিক্ষাৰ যোগেদিয়ে স্ত্ৰীজাতিৰ সৰ্বাংগীণ বিকাশ সম্ভৱ নহয়। স্ত্ৰীশিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষ উভয়তে ..
১ মিনিটত ২৫ খবৰ…

১. দেওবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ২৫ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১২ জনে । দেওবাৰৰ দিনটোত কোৰোনা আক্ৰান্ত হৈ এগৰাকীৰো মৃত্যু হোৱা নাই ।
২. ২২ মাৰ্চত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মাজুলী,জোনাই আৰু ওদালগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।
৩. দেওবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰে ইস্তাহাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ইস্তাহাৰ খন মুকলি কৰি চৰকাৰ আহিলে সোনাৰ বাংলাৰ প্ৰতিশ্ৰুতি দিয়ে ।
৪. বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিবামনি বৰাই সংখ্যালঘু লোকৰ বিৰুদ্ধে কৰা এক মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে । মতিউৰ ৰহমানে সংবাদমেল যোগে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাই ।
৫. বলিউদ সুন্দৰী লাৰা দত্তই এইবাৰৰ লেকমে ফেশ্বন উইকত ডিজাইনাৰ সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাৱে খোজ দিব। প্ৰখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেখেতৰ নতুন সংগ্ৰহ ‘শুকুলা’ ২১ মাৰ্চ ২০২১ত প্ৰদৰ্শন কৰে।
৬. নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণকলৈ কটাক্ষ বিপিএফ প্ৰধান হাগ্..
আকৌ এবাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ মুখ্য উপদেষ্টা…

পুনৰ আছুৰ মুখ্য উপদেষ্টা হ’ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।আছুৰ কাৰ্যনিৰ্বাহকত লোৱা হয় এই সিদ্ধান্তউপদেষ্টাৰূপে প্রকাশ চন্দ্র দাস, উদীপজ্যোতি গগৈক প্ৰদান কৰা হয় দায়িত্ব ।গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ।ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ।অসম চুক্তি, ৬নং দফা, কা আন্দোলন, শিক্ষা ব্যৱস্থাৰ ওপৰত আলোচনা হয় ।বিএডৰ মাচুল সম্পৰ্কেও আলোচনা কৰা হয় আছুৰ কাৰ্যনিৰ্বাহকতদেওবাৰৰ সভাৰ প্রস্তাৱ সমূহ সোমবাৰে প্রতিনিধি সভাত গৃহীত কৰা হ’ব ।
The post আকৌ এবাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ মুখ্য উপদেষ্টা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত মৎস্যজীৱী কোষৰ সভা…

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী বিধানসভা সমষ্টিৰ ১০ নং দক্ষিণ বাঁহজানী গাওঁ পঞ্চায়তৰ কুমাৰীকাটাৰ পকোৱা বাঁহজানী কনিষ্ঠ মহাবিদ্যালয়ত আজি মৎস্যজীৱী কোষৰ পূব নলবাৰী মণ্ডলৰ উদ্যোগত এখন নিৰ্বচনী সভা অনুষ্ঠিত হয়৷
সমাজকৰ্মী ৰমেশ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৎস্যজীৱী কোষৰ পূব নলবাৰী মণ্ডলৰ আহ্বায়ক ডিম্বেশ্বৰ বৈশ্য,জিলা আহ্বায়ক জিতু বৰ্মন, বিস্তাৰক হিৰণ্য বৰা, নৱ ডেকা আৰু কাৰ্যকৰ্তাসকলৰ লগতে তিনি শতাধিক মৎস্য ব্যৱসায়ৰ লগত জৰিত লোক উপস্থিত থাকে৷
সভাত ভাষণ দি মৎস্যজীৱী কোষৰ নেতাসকলে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনতহে মৎস্যজীৱী লোকসকলৰ লগতে সাধাৰণ খাতিখোৱা জনতাৰ কল্যাণ সম্ভৱ বুলি মত প্ৰকাশ কৰে। তেওঁলোকে বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাক বিপুল ভোটত জয়ী কৰাৰ বাবেও আহ্বান জনায় ৰাইজক।।
The post নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত মৎস্যজীৱী কোষৰ সভা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
লুৰীন জ্যোতি গগৈক কিয় ভোট দিয়াটো দৰকাৰ…

কা আন্দোলনৰ সময়ত অংশ লোৱা আৰু নিজৰ স্থিতিত অটল থকা শিল্পী সকলৰ ভিতৰত মানস ৰবীন অন্যতম। দুলীয়াজানত লুৰীণ জ্যোতি গগৈৰ হৈ প্ৰচাৰত অংশ লৈছে মানস ৰবীনে । তেওঁৰ যুক্তিপূৰ্ণ বক্তব্য কিয় লুৰীণ জ্যোতি গগৈক কিয় ভোট দিব লাগে । মানস ৰবীনৰ দৃষ্টিভংগীৰে আজিৰ ”মোৰ মত ‘‘ ।
মানস ৰবীন
মই যদি দুলীয়াজানৰ ভোটাৰ হ’লোহেঁতেন, মোৰ ভোট নিশ্চিতভাৱে লুৰীণৰ পক্ষত থাকিলেহেঁতেন, কাৰণ এইবাৰ নিৰ্বাচনত লুৰীণজ্যোতি জিকাটো জাতীয় জীৱনৰ কাৰণে অত্যন্ত জৰুৰী।
১) কা- বিৰোধী অসমীয়াৰ জাতি-সংস্কৃতি ৰক্ষাৰ খিলঞ্জীয়া মানুহৰ আন্দোলনখনৰ অন্যতম নেতা, লুৰীণজ্যোতিৰ পৰাজয় মানেই এই গণ আন্দোলনখনৰ ন্যয্যতাক এচামে ৰাইজৰ আদালতত নস্যাৎ হোৱা বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিব। যেতিয়া আপোনাক কোনোবা অনা অসমীয়াই ইতিকিং ৰ সুৰত ক’ব-” কি হ’ল দাদা আপোনা লোকৰ হি’ৰ দেখোন হাৰি থাকিল ” তেতিয়া আপোনাৰ লাজ নালাগিব নে!!
২) বিগত সময়ত দেখা গৈছে যে জাতীয় সংগঠনৰ নেতাসকলে সক্ৰিয় ৰাজনীতিলৈ আহি বিভিন্ন ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিয়ে ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত আঞ্চলিকতাবাদক বিসৰ্জন দিবলৈ বাধ্য হৈছে আৰু ওৰে জীৱন তেওঁলোকে আওৰাই থকা দাবী সমূহৰ সম্পর্কত ওলোটা ৰামায়ণ গ..
পশ্চিমবংগ বিধানসভা নিৰ্বাচৰ ইস্তাহাৰ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিলে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ ।বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে সোনাৰ বাংলাৰ প্ৰতিশ্ৰুতি । পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ’লে ছাত্ৰীক কেজিৰ পৰা স্নাতকোত্তৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি ।মহিলাৰ বাবে চৰকাৰী চাকৰিত ৩৩ শতাংশ সংৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ।পশ্চিমবংগৰ সীমা সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি মন্ত্ৰী গৰাকীৰ ।
The post পশ্চিমবংগ বিধানসভা নিৰ্বাচৰ ইস্তাহাৰ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
নাট পৰিচালক ৰবিজিতা গগৈ-চলচিত্ৰ পৰিচালক কৃপাল কলিতালৈ সূৰ্য ক্লাৱৰ সন্মান…

ডিজিটেল সংবাদ,গুৱাহাটী : বিশিষ্ট চলচিত্ৰ পৰিচালক কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈলৈ শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা’২০২১ শনিবাৰে প্ৰদান কৰে সূৰ্য ক্লাৱে। অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে প্ৰদান কৰা এই সন্মানজনক বঁটা আগবঢ়ায় অইল ইণ্ডিয়া লিমিটেড পাইপলাইনৰ মুখ্য মহা প্ৰবন্ধক সন্দ্বীপ গোস্বামী আৰু প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামীয়ে।
মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানটোত অভিনেতা, আবৃত্তিকাৰ তপন দাসে অংশ গ্ৰহণ কৰে আৰু দুয়োগৰাকী প্ৰয়াত শিল্পীৰ সানিধ্য স্মৰণ কৰে।বঁটা গ্ৰহণ কৰি চলচিত্ৰ পৰিচালক কৃপাল কলিতাই এই সন্মানে তেওঁক অধিক উৎসাহ যোগাই যাব বুলি উল্লেখ কৰে। সাংস্কৃতিক কৰ্মী নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামী।
অভিনেত্ৰী গৰাকীয়ে কয়- ‘ বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী দুয়োজনেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ভোটাতৰা আছিল। আমাৰে দুৰ্ভাগ্য যে দুয়োজনে আমাক অকালতে এৰি গল। ৰবিজিতা গগৈ আৰু কৃপাললৈ অনেক অভিনন্দন যাছিলোঁ। দুয়োজ..
সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ বিৰুদ্ধে সৰৱ নিৰ্দলীয় মতিউৰ,গ্ৰেপ্তাৰৰ দাবী…

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৮৪ নং বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ মহাজোট বন্ধনৰ ভেটিত কপনি তোলা নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে দেওবাৰে বিয়লি কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামণিয়ে নিৰ্বাচনী সভাত কোনোধৰণৰ হিয়েৰিং নকৰাকৈ সংখ্যালঘু লোকৰ নাগৰিকত্ব গ্ৰহন কৰি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছিলো বুলি কৰা নিৰ্বাচনী প্ৰচাৰৰ মন্তব্যক ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধ আৰু এই অপৰাধৰ বাবেই নিৰ্বাচন আয়োগে শিৱামণিৰ প্ৰাৰ্থিত্ব নাকচ কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনালে।
শিৱামণিৰ মন্তব্যই সমষ্টিটোৰ লক্ষাধিক সংখ্যালঘু মুছলমানৰ মনত সংশয়ৰ ভাৱ জগাই তুলিছে। এই সকল সাধাৰণ লোকৰ জীৱনলৈ অনিশ্চয়তা কঢ়িয়াই আনিছে বুলি মতিউৰে কয়। শিৱামণিয়ে বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু লোকক অবৈধ বুলি ক’বলৈ গৈ নিজে কৃতিত্ব লোৱাটো ভোটৰ ৰাজনীতি বুলি অভিহিত কৰি মতিউৰে কয় যে শিৱামণিয়ে ইয়াৰ প্ৰতিফল ২৭ তাৰিখৰ ভোটগ্ৰহনৰ ফলাফলত পাব । কংগ্ৰেছ দলে ভাৰতৰ সংখ্যালঘু মুছলমানক লৈ খান্দি থকা একেটা গাততে বিজেপিয়েও ৰাজনীতি কৰা বুলি তেওঁ কয়।
মোৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ আঙুৰলতা ডেকাৰ লগতহে হ’ব। মতিউৰেহে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব পাৰিব। বটদ্ৰৱাত শিৱামণিয়ে সেইদিনাই পৰা..
উদার বন্দ বিধানসভা কেন্দ্রে কংগ্রেসের বিজয় রথ আটকানো অসম্ভব

ইউসুফ আলী বড় ভূঁইয়া 21 শে মার্চ—– উদার বন্দ বিধানসভা কেন্দ্রে নির্দল রাহুল রায় কংগ্রেসের কাছে আশীর্বাদ স্বরূপ হয়ে গেছে ।এমনিতেই বহুল প্রচলিত জন সংঘের এক প্রবাদ আছে যে যতদিন ভারতে আলী আর কুলী থাকবে ততদিন কংগ্রেস থাকবে—– হ্যা এটাই সত্যিই হতে চলেছে উদার বন্দ বিধানসভা কেন্দ্রের কংগ্রেস প্রার্থী অজিত সিংহ মহাশয় যেখানে যাচ্ছেনে সেখানেই […]