- পুনৰ আছুৰ মুখ্য উপদেষ্টা হ’ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
- আছুৰ কাৰ্যনিৰ্বাহকত লোৱা হয় এই সিদ্ধান্ত
- উপদেষ্টাৰূপে প্রকাশ চন্দ্র দাস, উদীপজ্যোতি গগৈক প্ৰদান কৰা হয় দায়িত্ব ।
- গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ।
- ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ।
- অসম চুক্তি, ৬নং দফা, কা আন্দোলন, শিক্ষা ব্যৱস্থাৰ ওপৰত আলোচনা হয় ।
- বিএডৰ মাচুল সম্পৰ্কেও আলোচনা কৰা হয় আছুৰ কাৰ্যনিৰ্বাহকত
- দেওবাৰৰ সভাৰ প্রস্তাৱ সমূহ সোমবাৰে প্রতিনিধি সভাত গৃহীত কৰা হ’ব ।
The post আকৌ এবাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ মুখ্য উপদেষ্টা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.