- বিজেপি নেত্ৰী অজন্তা নেওগৰ দেহত কোৰোনাৰ সংক্ৰমণ।
- শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।
- উল্লেখ্য যে, বিগত দিনকেইটাত প্ৰচাৰ কাৰ্যত ব্যস্ত আছিল অজন্তা নেওগ।
- গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওঁগ।
- উল্লেখ্য যে, শেহতীয়াকৈ তপন গগৈৰ কোৰোনা পজিটিভ আহিছিল যদিও শেহতীয়াকৈ ৰিজাল্ট আহিছে নিগেটিভ।
The post কোৰোনাত আক্ৰান্ত অজন্তা নেওঁগ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.