DIGITAL

September 26, 2022

APTCE 18538973148

লুৰীন জ্যোতি গগৈক কিয় ভোট দিয়াটো দৰকাৰ…

কা আন্দোলনৰ সময়ত অংশ লোৱা আৰু নিজৰ স্থিতিত অটল থকা শিল্পী সকলৰ ভিতৰত মানস ৰবীন অন্যতম। দুলীয়াজানত লুৰীণ জ্যোতি গগৈৰ হৈ প্ৰচাৰত অংশ লৈছে মানস ৰবীনে । তেওঁৰ যুক্তিপূৰ্ণ বক্তব্য কিয় লুৰীণ জ্যোতি গগৈক কিয় ভোট দিব লাগে । মানস ৰবীনৰ দৃষ্টিভংগীৰে আজিৰ ”মোৰ মত ‘‘ ।

মানস ৰবীন

মই যদি দুলীয়াজানৰ ভোটাৰ হ’লোহেঁতেন, মোৰ ভোট নিশ্চিতভাৱে লুৰীণৰ পক্ষত থাকিলেহেঁতেন, কাৰণ এইবাৰ নিৰ্বাচনত লুৰীণজ্যোতি জিকাটো জাতীয় জীৱনৰ কাৰণে অত্যন্ত জৰুৰী।

১) কা- বিৰোধী অসমীয়াৰ জাতি-সংস্কৃতি ৰক্ষাৰ খিলঞ্জীয়া মানুহৰ আন্দোলনখনৰ অন্যতম নেতা, লুৰীণজ্যোতিৰ পৰাজয় মানেই এই গণ আন্দোলনখনৰ ন্যয্যতাক এচামে ৰাইজৰ আদালতত নস্যাৎ হোৱা বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিব। যেতিয়া আপোনাক কোনোবা অনা অসমীয়াই ইতিকিং ৰ সুৰত ক’ব-” কি হ’ল দাদা আপোনা লোকৰ হি’ৰ দেখোন হাৰি থাকিল ” তেতিয়া আপোনাৰ লাজ নালাগিব নে!!

২) বিগত সময়ত দেখা গৈছে যে জাতীয় সংগঠনৰ নেতাসকলে সক্ৰিয় ৰাজনীতিলৈ আহি বিভিন্ন ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিয়ে ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত আঞ্চলিকতাবাদক বিসৰ্জন দিবলৈ বাধ্য হৈছে আৰু ওৰে জীৱন তেওঁলোকে আওৰাই থকা দাবী সমূহৰ সম্পর্কত ওলোটা ৰামায়ণ গাবলৈ আৰম্ভ কৰিছে । লুৰীণজ্যোতি গগৈয়ে ভৱিষ্যতে সক্ৰিয় ৰাজনীতিলৈ আহিব খোজা আঞ্চলিকতাবাদী ভাৱধাৰাৰ অসমপ্ৰেমী সকলৰ বাবে এক নতুন পথৰ সন্ধান দিছে। যি পথেৰে বাট বুলিলে কোনো দিনে আঞ্চলিকতাবাদক হয়তো বিসৰ্জন দিবলগীয়া নহ’ব । লুৰীণৰ এইয়া সাহসী পদক্ষেপ – আমি লুৰীণক সহযোগ কৰা উচিত। লুৰীণৰ জয় মানেই আঞ্চলিকতাবাদৰ সেই নতুন পথটিৰ শুভ আৰম্ভণি।

৩) লুৰীণজ্যোতি গগৈ পৰাজয়ে অসমীয়া জাতীয় জীৱনক যিমান ক্ষতি কৰিব তাৰ তুলনাত প্ৰতিপক্ষ দুয়োটা ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি তেৰছ দা বা ধ্ৰুৱ দাৰ এইবাৰৰ জয়- পৰাজয় জাতীয় জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ নিশ্চয় নহয় ।

অৰাজনৈতিক মঞ্চ এৰি মই লুৰীণৰ হৈ প্ৰচাৰ চলাবলৈ যাব নোৱাৰিলেও মোৰ শুভেচ্ছা আৰু শুভকামনা লুৰীণৰ প্ৰতি সদায়ে থাকিব ।এতিয়া সিদ্ধান্ত দুলীয়াজান বাসীৰ হাতত ।

The post লুৰীন জ্যোতি গগৈক কিয় ভোট দিয়াটো দৰকাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

রংপুর পুলিশ ফাঁড়ির ইনচার্জের বিরুদ্ধে অভিযোগপত্র তুলে দেন পুলিশ সুপারের হাতে,আম আদমি পার্টির নেতারা

নিজস্ব সংবাদদাতা ২৬ শে  সেপ্টেম্বর শিলচর —- উদার বন্দ বিধানসভা এলাকার মধুরা পুল সংলগ্ন জাতীয় সড়কের পাশে দীর্ঘদিন ধরেই বিভিন্ন ধরনের ব্যবসা করে স্থানীয় বাসিন্দারা

Read More »

আজ মহালয়া,এই উপলক্ষে বরাক নিউজ এক্সপ্রেস জানায় প্রীতি ও শুভেচ্ছা

নিউজ ডেস্ক বরাক নিউজ এক্সপ্রেস ২৫ শে সেপ্টেম্বর — আজ থেকে শুরু হলো দেবী পক্ষ ,ভোরের আলো ফোটার আগেই  কিংবদন্তি বীরেন্দ্র কৃষ্ণ ভদ্রের সেই চণ্ডী

Read More »

লক্ষ্মীপুর পুলিশ প্রশাসনের জরুরি ঘোষণা, কুচি ধরা গুজবের উপর

লক্ষ্মীপুর থেকে অসীম রায় ২৩  শে সেপ্টেম্বর —- অবশেষে কুচি ধরা গুজবের অবসান ঘটাতে কাছাড় জেলা প্রশাসন বিশেষ ব্যবস্থা হাতে নিলো। কাছাড়ের জেলা শাসক কুচি

Read More »

আসাম রাজ্য মার্কেটিং বোর্ডের দৃষ্টি আকর্ষণ করছেন স্থানীয় নাগরিক গন

বিশেষ প্রতিবেদন ২২ শে সেপ্টেম্বর শিলচর —-  দক্ষিন আসামের বরাক উপত্যকার তিন জেলার কৃষি জীবি মানুষের আয়ের একমাত্র উৎস কৃষি জাত দ্রব্য বেচা কেনা।সেই সব

Read More »

ভারতীয় মানসিক রোগ সংস্থার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে শিলচরে ,২৩ ও ২৪ সেপ্টেম্বর

নিজস্ব সংবাদদাতা  ২১ শে সেপ্টেম্বর শিলচর —– ভারতীয় মানসিক রোগ সংস্থার আসাম রাজ্য শাখার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে আগামী ২৩শে সেপ্টেম্বর ও ২৪

Read More »

Google pixel মোবাইল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে, অভিমত গ্রাহক দের

বিশেষ প্রতিবেদন ১৯ শে সেপ্টেম্বর শিলচর —- গুগল পিক্সেল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে বলে পরিলক্ষিত হচ্ছে।এখন পর্যন্ত বাজারে বিভিন্ন মোবাইল ফোন সেট নির্মাতা

Read More »