- পুনৰ অসমলৈ আহিব বিজেপিৰ অধ্যক্ষ জে পি নড্ডা।
- সোমবাৰে অসমত উপস্থিত হ’বহি তেওঁ।
- ডিব্ৰুগড়, যোৰহাট আৰু বিশ্বনাথ চাৰিআলিত নিৰ্বাচনী ৰেলীত ল’ব অংশ।
The post সোমবাৰে পুনৰ অসমলৈ আহিব বিজেপিৰ অধ্যক্ষ জে পি নড্ডা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.