DIGITAL

February 4, 2023

APTCE 18538973148

জোনাইৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

  • দেওবাৰে জোনাইৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • জোনাইৰ বিজেপি প্ৰাৰ্থী ভূৱন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী গৰাকীৰ।
  • কংগ্ৰেছ চৰকাৰে ড০ ভূপেন হাজৰিকাক ‘ভাৰত ৰত্ন’ দিব নোৱাৰিলেঃ অমিত শ্বাহ।
  • কংগ্ৰেছ আহিলে পুনৰ সন্ত্ৰাসবাদ হ’ব অসমতঃ অমিত শ্বাহ
  • সন্ত্ৰাসবাদ লাগেনে উন্নয়ন লাগে, সিদ্ধান্ত অসমবাসীৰঃ অমিত শ্বাহ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিকাশৰ দিশে আগুৱাইছে অসমেঃ অমিত শ্বাহ।
  • বিজেপিৰ দিনত শান্তি প্ৰতিষ্ঠা হ’ল অসমতঃ অমিত শ্বাহ।
  • কংগ্ৰেছৰ দিনত অশান্তিজৰ্জৰ আছিল অসমঃ অমিত শ্বাহ।

The post জোনাইৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.