- দেওবাৰে জোনাইৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- জোনাইৰ বিজেপি প্ৰাৰ্থী ভূৱন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী গৰাকীৰ।
- কংগ্ৰেছ চৰকাৰে ড০ ভূপেন হাজৰিকাক ‘ভাৰত ৰত্ন’ দিব নোৱাৰিলেঃ অমিত শ্বাহ।
- কংগ্ৰেছ আহিলে পুনৰ সন্ত্ৰাসবাদ হ’ব অসমতঃ অমিত শ্বাহ
- সন্ত্ৰাসবাদ লাগেনে উন্নয়ন লাগে, সিদ্ধান্ত অসমবাসীৰঃ অমিত শ্বাহ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিকাশৰ দিশে আগুৱাইছে অসমেঃ অমিত শ্বাহ।
- বিজেপিৰ দিনত শান্তি প্ৰতিষ্ঠা হ’ল অসমতঃ অমিত শ্বাহ।
- কংগ্ৰেছৰ দিনত অশান্তিজৰ্জৰ আছিল অসমঃ অমিত শ্বাহ।
The post জোনাইৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.