- তৃতীয় লিংগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তৃতীয় লিংগৰ বাবে পৃথক কক্ষৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ।
- চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিৰ পৰা বঞ্চিত হৈছিল ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকল।
- অধিবক্তা স্বাতী বিধান বৰুৱাই ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন।
- উক্ত আবেদনৰ ভিত্তিত আদালতে দিলে এই নিৰ্দেশ জাৰি কৰে।
- ৰাজ্য চৰকাৰক হিতাধিকাৰীৰ তালিকা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলৈও নিৰ্দেশ।
- ইফালে, ভোটগ্ৰহণৰ দিনা তৃতীয় লিংগৰ বাবে বিশেষ ব্যৱস্থাৰ দাবী।
- ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ।
The post তৃতীয় লিংগৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.