- অমিত শ্বাহৰ হেলিকপ্টাৰত যান্ত্ৰিক বিজুতি।
- ওদালগুৰি ৰ পৰা উভতিব খোজোঁতেই ত ধৰা পৰিল বিজুতি।
- ফলত ৰাষ্ট্ৰীয় পথেদি গুৱাহাটীলৈ যাত্ৰা।
- গুৱাহাটীত বিজেপিৰ সাংগঠনিক সভাত অংশ লব অমিত শ্বাহে।
The post যান্ত্ৰিক বিজুতিঃ হেলিকপ্টাৰ এৰি গাড়ীত উঠিল অমিত শ্বাহ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.