DIGITAL

May 31, 2023

APTCE 18538973148

ৰাজ্যত এছএছটি-ফ্লায়িং স্কোৱাড-আৰক্ষীৰ অভিযান, জব্দ লাখ লাখ টকা…

  • ৰাজ্যত এছএছটি, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযান।
  • অভিযানত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা জব্দ লাখ লাখ টকা।
  • গোলাঘাটৰ ধনশিৰি দলঙতো এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।
  • অভিযানত জব্দ ১ লাখ ৪৪ হাজাৰ ৩০০ টকা।
  • সৰ্থেবাৰীৰ গৰেট্টাৰীত এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।
  • অভিযানত দুজন লোকৰ পৰা জব্দ ৩,১৭,০০০ টকা।
  • ৰমজান আলী নামৰ লোকজনৰ পৰা জব্দ ৮৮,০০০ টকা।
  • ৰুস্তম আলীৰ পৰা জব্দ কৰা হয়. ২,২৯,০০০ টকা।

The post ৰাজ্যত এছএছটি-ফ্লায়িং স্কোৱাড-আৰক্ষীৰ অভিযান, জব্দ লাখ লাখ টকা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.