DIGITAL

December 3, 2023

APTCE 18538973148

ছত্তীশগড়ত নক্সালৰ আক্ৰমন, ৩ জন জোৱান শ্বহীদ…

  • ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালৰ আক্ৰমন ।
  • নক্সালে উৰুৱাই দিয়ে এখন জোৱান ভৰ্তি বাছ ।
  • এই বিস্ফোৰণৰ ফলত বৰ্তমানলৈ তিনিজন জোৱান শ্বহীদ হয় ।
  • এই বিস্ফোৰণৰ ফলত প্ৰায় ৬ গৰাকী জোৱান আহত হয় ।
  • ছত্তীশগড়ৰ ধৌদাই আৰু পলেনাৰৰ মাজত সংঘটিত হৈছে এই আক্ৰমন ।

The post ছত্তীশগড়ত নক্সালৰ আক্ৰমন, ৩ জন জোৱান শ্বহীদ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.