DIGITAL

June 7, 2023

APTCE 18538973148

প্ৰতি ঘন্টাত বাঢ়িছেঃ ভাৰতত ২৪ঘন্টাত ৪০হাজাৰো অধিক আক্ৰান্ত কোৰোনাত…

  • বিগত ২৪ঘন্টাত ভাৰতত ৪০হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • ৪০হাজাৰ ৭১৫গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত বিগত ২৪ঘন্টাত।
  • এইসময়খিনিত ২৯হাজাৰ ৭৮৫গৰাকী লোক সুস্থ হৈছে।
  • ১৯৯গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
  • উল্লেখ্য যে, বৰ্তমানলৈ ৪কোটি ৮৪লাখ ৯৪হাজাৰ ৫৯৪গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

The post প্ৰতি ঘন্টাত বাঢ়িছেঃ ভাৰতত ২৪ঘন্টাত ৪০হাজাৰো অধিক আক্ৰান্ত কোৰোনাত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.