DIGITAL

October 6, 2022

APTCE 18538973148

বিধানসভা নিৰ্বাচনৰ বাবে দলীয় টিকট নাপায় কংগ্ৰেছ নেত্ৰীয়ে খুৰালে চুলি…

  • বিধানসভা নিৰ্বাচনৰ বাবে দলৰ পৰা টিকট নাপাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ।
  • কেৰেলা মহিলা কংগ্ৰেছৰ মুৰব্বী লাথিকা সুভাষে কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ ।
  • তিৰুৱানন্তপুৰমৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
  • নেত্ৰী গৰাকীয়ে কয়, “মই কোনো দলত যোগদান কৰা নাই কিন্তু মই মোৰ পদৰ পৰা পদত্যাগ কৰিম।”

The post বিধানসভা নিৰ্বাচনৰ বাবে দলীয় টিকট নাপায় কংগ্ৰেছ নেত্ৰীয়ে খুৰালে চুলি… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.