DIGITAL

September 24, 2023

APTCE 18538973148

বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

  • সোমবাৰে পুৱতি নিশা বোকাখাতৰ সাপজুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জানিব পৰা মতে, সাপজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা NL 02 Q5557 নম্বৰৰ এখন ট্ৰাকত দুজন স্কুটি আৰোহীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
  • ঘটনাস্থলীতে নিহত হয় নুমলীগড়ৰ দুই স্কুটি আৰোহী ক্ৰমে অমৃত ছেট্ৰী আৰু দীপক দৰ্জী।

The post বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.