DIGITAL

September 27, 2022

APTCE 18538973148

লামডিঙৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ কি ক’লে ৰাজনাথ সিঙে?

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ ৯২ নং লামডিং সমষ্টিত সোমবাৰে বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।লামডিঙৰ শ্বহীদ ময়দানত মন্ত্ৰী গৰাকীয়ে অসমীয়াত ভাষাত ভাল আছে নে বুলি সম্বোধন কৰি ভাষণৰ আৰম্ভণি কৰে । বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভালেইকেইটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বণ্যা বোৱায়।
ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক সুঁৱৰি অসমৰ পৰিচয়, সংস্কৃতি আৰু সভ্যতা সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ কয় যে ড০ ভূপেন হাজৰিকাক বিজেপিয়েহে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিশেষকৈ অসমত চলি থকা অৰণোদয় আঁচনিখনৰ ধন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হব বুলি উল্লেখ কৰে। লগতে অসমৰ ভূমিহীন লোকক মাটিৰ পট্ৰা দিয়াৰ ব্যৱস্থা, ২ লাখ নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিয়া,কৃষকক ৬ হাজাৰ টকাকৈ দিয়া হ’ব তেখেতে বক্তব্য ৰাখে।

দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আঁচনিৰ জৰিয়তে সকলো লোক উপকৃত হব বুলি উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশৰ পৰিচয় পোৱা বুলি দাবী কৰি ৰাজনাথ সিঙে।

অসমত প্ৰচাৰ চলাই থকা ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি তেওঁ অসমৰ চাহ গছৰ মাজে মাজে ফটো তুলিবলৈ অহা বুলি কয়।নিজৰ স্বভাৱসূলভ ভাষণত নেতাগৰাকীয়ে হিমা দাসৰ নাম লৈ হিমাৰ দৌৰৰ তীব্ৰতাৰ সমানে সমানেই অসমৰ উন্নতিৰ জখলা দৌৰিব বুলি কয়।

The post লামডিঙৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ কি ক’লে ৰাজনাথ সিঙে? appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

রংপুর পুলিশ ফাঁড়ির ইনচার্জের বিরুদ্ধে অভিযোগপত্র তুলে দেন পুলিশ সুপারের হাতে,আম আদমি পার্টির নেতারা

নিজস্ব সংবাদদাতা ২৬ শে  সেপ্টেম্বর শিলচর —- উদার বন্দ বিধানসভা এলাকার মধুরা পুল সংলগ্ন জাতীয় সড়কের পাশে দীর্ঘদিন ধরেই বিভিন্ন ধরনের ব্যবসা করে স্থানীয় বাসিন্দারা

Read More »

আজ মহালয়া,এই উপলক্ষে বরাক নিউজ এক্সপ্রেস জানায় প্রীতি ও শুভেচ্ছা

নিউজ ডেস্ক বরাক নিউজ এক্সপ্রেস ২৫ শে সেপ্টেম্বর — আজ থেকে শুরু হলো দেবী পক্ষ ,ভোরের আলো ফোটার আগেই  কিংবদন্তি বীরেন্দ্র কৃষ্ণ ভদ্রের সেই চণ্ডী

Read More »

লক্ষ্মীপুর পুলিশ প্রশাসনের জরুরি ঘোষণা, কুচি ধরা গুজবের উপর

লক্ষ্মীপুর থেকে অসীম রায় ২৩  শে সেপ্টেম্বর —- অবশেষে কুচি ধরা গুজবের অবসান ঘটাতে কাছাড় জেলা প্রশাসন বিশেষ ব্যবস্থা হাতে নিলো। কাছাড়ের জেলা শাসক কুচি

Read More »

আসাম রাজ্য মার্কেটিং বোর্ডের দৃষ্টি আকর্ষণ করছেন স্থানীয় নাগরিক গন

বিশেষ প্রতিবেদন ২২ শে সেপ্টেম্বর শিলচর —-  দক্ষিন আসামের বরাক উপত্যকার তিন জেলার কৃষি জীবি মানুষের আয়ের একমাত্র উৎস কৃষি জাত দ্রব্য বেচা কেনা।সেই সব

Read More »

ভারতীয় মানসিক রোগ সংস্থার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে শিলচরে ,২৩ ও ২৪ সেপ্টেম্বর

নিজস্ব সংবাদদাতা  ২১ শে সেপ্টেম্বর শিলচর —– ভারতীয় মানসিক রোগ সংস্থার আসাম রাজ্য শাখার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে আগামী ২৩শে সেপ্টেম্বর ও ২৪

Read More »

Google pixel মোবাইল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে, অভিমত গ্রাহক দের

বিশেষ প্রতিবেদন ১৯ শে সেপ্টেম্বর শিলচর —- গুগল পিক্সেল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে বলে পরিলক্ষিত হচ্ছে।এখন পর্যন্ত বাজারে বিভিন্ন মোবাইল ফোন সেট নির্মাতা

Read More »