DIGITAL

June 6, 2023

APTCE 18538973148

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰঞ্জন বৰাই…

  • অসম প্ৰদেশ কংগ্ৰেছৰ পৰা ৰঞ্জন বৰাৰ পদত্যাগ ।
  • প্ৰদেশ কংগ্ৰেছৰ সাধৰণ সম্পাদক (সংগঠন )ৰ দায়িত্বত আছিল ৰঞ্জন বৰা ।
  • ক’ৰ কমিটিৰ আহ্বায়কৰ দায়িত্বতো আছিল বৰা ।
  • বুধবাৰে সভাপতি ৰিপুন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বৰাই ।

The post অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰঞ্জন বৰাই… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.