- বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- বিহপুৰীয়াৰ খামটি পথাৰত মোডীৰ বিশাল জনসভা।
- মিত্ৰজোঁটৰ প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোডীৰ।
- মিচিং ভাষাত অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী গৰাকীৰ।
- ভাষণত শংকৰ-মাধৱক স্মৰণ নৰেন্দ্ৰ মোডীৰ।
- বিজেপি চৰকাৰে গুৰু দুজনাৰ পৰম্পৰাক জীয়াই আছেঃ মোডী
- আপোনাৰ পৰম্পৰাক বিনষ্ট হ’ব নিদিবঃ মোডী।
- ভাষণত ভূপেন্দ্ৰ সংগীত আওৰালে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
- কংগ্ৰেছৰ লক্ষ্য আছিল আসন বচোৱা, সত্ৰ বচোৱা নহয়ঃ মোডী।
- কেৱল গাদী সুৰক্ষা ৰক্ষাতে ব্যস্ত আছিল কংগ্ৰেছঃ মোডী।
- কাজিৰঙা বেদখল মুক্ত কৰিছে বিজেপিয়েঃ মোডী।
- মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম দ্ৰুত গতিত আগবাঢ়িছেঃ মোডী।
- আজমলক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী গৰাকীৰ।
- ধুবুৰী সীমান্ত ছীল কৰিছে বিজেপিয়েঃ মোডী।
- বিকাশ আৰু বিশ্বাসৰ সেঁতু গঢ়িছে বিজেপিয়েঃ মোডী।
The post বিহপুৰীয়াৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.