DIGITAL

May 30, 2023

APTCE 18538973148

বুধবাৰে কা বাতিলৰ দাবীত আছুৰ ১১ ঘন্টীয়া অনশন…

  • কা বাতিলৰ দাবীত আছুৰ এঘাৰ ঘন্টীয় অনশন কাৰ্যসূচী ।
  • বুধবাৰে আছুৱে সমগ্ৰ ৰাজ্যতে গ্ৰহন কৰে প্ৰতিবাদী কাৰ্যসূচী ।
  • ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ চলিব এই অনশন ।
  • গুৱাহাটীতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলী পুখুৰী পাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

The post বুধবাৰে কা বাতিলৰ দাবীত আছুৰ ১১ ঘন্টীয়া অনশন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.