DIGITAL

September 26, 2022

APTCE 18538973148

সাৱধান! ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে ক’ত…

ডিজিটেল ডেস্কঃ ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে এখন ৰাজ্যত। বুধবাৰৰ দিনা এতিয়ালৈকে ৫১৮৫জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড-১৯। তাতোকৈ ভয়াৱহ খবৰটো হ’ল বুধবাৰে ৬জন লোকৰ মৃত্যু হৈছে কোভিডত।

মহাৰাষ্ট্ৰত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। কেৱল মুম্বাইতে ইমান বৃহৎ সংখ্যক লোকৰ কোভিড পজিটিভ হোৱাৰ খবৰে। চিন্তিত কৰি তুলিছে মায়ানগৰী মুম্বাইক। উল্লেখযোগ্য যে, বলিউডতো ইজনৰ পাছত সিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

আমিৰ খানৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত এতিয়া সম্পূৰ্ণ ল’কডাউন দিয়াৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, গুজৰাটতো নতুনকৈ ১৭৯০জনৰ দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰে।

ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৮জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। কেৰালাতো লাহে লাহে কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত কেৰালাত ২৪৫৬জনৰ দেহত কোভিড ধৰা পৰে। ৰাজ্যখনত বুধবাৰৰ দিনা কোভিডত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে।

ৰাজস্থানত ৬৬৯জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা এজন। মণিপুৰত বুধবাৰৰ দিনা ১০জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে। ৰাজ্যখনতো এজন লোকৰ কোভিডত মৃত্যু হোৱা বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ।

উত্তৰাখণ্ডত ২০০জন লোকৰ দেহত যোৱা ২৪ ঘন্টাত কোভিড ধৰা পৰে। অৱশ্যে ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ অহা নাই। কোভিডত আক্ৰান্ত হোৱা ১২জন ৰোগীৰ মৃত্যু হৈছে কৰ্ণাটকত। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ২২৯৮জন।

সমগ্ৰ দেশতে এতিয়া কোভিডে এনে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। তেনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য মন্ত্ৰণালয়। হাৰিয়ানা চৰকাৰে হ’লী ৰাজহুৱা স্থানত উদযাপন কৰাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা নিৰ্দেশনা দিছে।

হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল গীজে ৰাজ্যবাসীক সতৰ্ক কৰি দি কৈছে যে এনে পৰিস্থিতিত হ’লী উদযাপন কৰিবলৈ দিয়াতো অসম্ভৱ। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ৰাজ্যসমূহৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি কোভিডৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ কঠোৰভাৱে কোভিড প্ৰট’কল মানি চলাৰ বাবে অনুৰোধ জনাইছে।

The post সাৱধান! ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে ক’ত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

রংপুর পুলিশ ফাঁড়ির ইনচার্জের বিরুদ্ধে অভিযোগপত্র তুলে দেন পুলিশ সুপারের হাতে,আম আদমি পার্টির নেতারা

নিজস্ব সংবাদদাতা ২৬ শে  সেপ্টেম্বর শিলচর —- উদার বন্দ বিধানসভা এলাকার মধুরা পুল সংলগ্ন জাতীয় সড়কের পাশে দীর্ঘদিন ধরেই বিভিন্ন ধরনের ব্যবসা করে স্থানীয় বাসিন্দারা

Read More »

আজ মহালয়া,এই উপলক্ষে বরাক নিউজ এক্সপ্রেস জানায় প্রীতি ও শুভেচ্ছা

নিউজ ডেস্ক বরাক নিউজ এক্সপ্রেস ২৫ শে সেপ্টেম্বর — আজ থেকে শুরু হলো দেবী পক্ষ ,ভোরের আলো ফোটার আগেই  কিংবদন্তি বীরেন্দ্র কৃষ্ণ ভদ্রের সেই চণ্ডী

Read More »

লক্ষ্মীপুর পুলিশ প্রশাসনের জরুরি ঘোষণা, কুচি ধরা গুজবের উপর

লক্ষ্মীপুর থেকে অসীম রায় ২৩  শে সেপ্টেম্বর —- অবশেষে কুচি ধরা গুজবের অবসান ঘটাতে কাছাড় জেলা প্রশাসন বিশেষ ব্যবস্থা হাতে নিলো। কাছাড়ের জেলা শাসক কুচি

Read More »

আসাম রাজ্য মার্কেটিং বোর্ডের দৃষ্টি আকর্ষণ করছেন স্থানীয় নাগরিক গন

বিশেষ প্রতিবেদন ২২ শে সেপ্টেম্বর শিলচর —-  দক্ষিন আসামের বরাক উপত্যকার তিন জেলার কৃষি জীবি মানুষের আয়ের একমাত্র উৎস কৃষি জাত দ্রব্য বেচা কেনা।সেই সব

Read More »

ভারতীয় মানসিক রোগ সংস্থার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে শিলচরে ,২৩ ও ২৪ সেপ্টেম্বর

নিজস্ব সংবাদদাতা  ২১ শে সেপ্টেম্বর শিলচর —– ভারতীয় মানসিক রোগ সংস্থার আসাম রাজ্য শাখার ৩২ তম বার্ষিক সম্মেলন অনুষ্ঠিত হবে আগামী ২৩শে সেপ্টেম্বর ও ২৪

Read More »

Google pixel মোবাইল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে, অভিমত গ্রাহক দের

বিশেষ প্রতিবেদন ১৯ শে সেপ্টেম্বর শিলচর —- গুগল পিক্সেল ফোন সেটের চাহিদা উত্তোরত্তর বৃদ্ধি পাচ্ছে বলে পরিলক্ষিত হচ্ছে।এখন পর্যন্ত বাজারে বিভিন্ন মোবাইল ফোন সেট নির্মাতা

Read More »