- কোকৰাঝাৰত ইউপিপিএলৰ নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি প্ৰমোদ বড়োৰ ।
- বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি ।
- বিটিআৰত বসৱাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে উন্নয়ন ব’ৰ্ড গঠন কৰা ।
- বিটিআৰৰ সকলো বিভাগতে বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি নিবনুৱা সমস্যা সমাধান কৰা হব ।
- আইএএচ ,আইপিএচ , এচিএচ কোচিংৰ বাবে পাঁচলাখ আৰু দুইলাখকৈ প্ৰদান কৰা হব ।
- চৰকাৰী চাকৰিত মহিলাৰ নিয়োগৰ ক্ষেত্ৰত ৩৩ শতাংশ সংৰক্ষণৰ নীতিমালা প্ৰস্তুতকৰণ ।
- শান্তি , সম্প্ৰতি আৰু প্ৰকৃত গণতন্ত্ৰ উদ্ধাৰৰ বাবে পুণৰমিলন মিছন আৰম্ভ হব
- ভূমি উপদেষ্ঠা পৰিষদত নৃগোষ্ঠীও সম্বন্ধীয় , ভাষাতত্ব সম্বন্ধীয় , ধাৰ্মিক আৰু উপজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব নিশ্চিতিকৰণ ।
- সকলো গাঁওপৰিষদত ওৱান ষ্টপ কৃষক কেন্দ্ৰ স্থাপন হব ।
- ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈক ক্ৰীড়া বৃত্তি প্ৰদান
- বিশিষ্ট প্ৰবীণ খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান ।
- জৌহৌলাও চৌমলা বসুমতাৰীৰ স্মৰণত এটা পূৰ্ণাংগ টিভি চেনেল প্ৰচাৰ কৰা ।
- ৱেব পৰ্টেলক পৰ্যাপ্ত আৰ্থিক অনুদান
- বছৰি ৬০ বছৰ উৰ্ধৰ ৫ জন সাংবাদিকক পেঞ্চন প্ৰদান ।
- বিজেপি ইউপিপিএলে বিটিআৰৰ ১২ টা সমষ্টিয়ে দখল কৰিব ।
- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকসংখ্যক আসন বিজেপিয়ে লাভ কৰিব ।
The post কোকৰাঝাৰত ইউপিপিএলৰ নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি প্ৰমোদ বড়োৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.