- গুৱাহাটীত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ সংবাদমেল।
- খানাপাৰাস্থিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে তেওঁ।
- কংগ্রেছৰ ৫টা গেৰাণ্টী সন্দৰ্ভত তীব্ৰ সমালোচনা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
- সংবাদমেলত তেওঁ কয়- ‘২০১৮ চনত মধ্যপ্রদেশত কংগ্রেছে গেৰাণ্টী দিছিল।’
- ভিডিঅ’ প্রদৰ্শন কৰি ৰাহুল গান্ধীক আক্রমণ শিৱৰাজ সিং চৌহানৰ।
- ছত্তীশগড়, মধ্যপ্রদেশৰ নিৰ্বাচনত কংগ্রেছে দিয়া প্রতিশ্রুতিকো সমালোচনা কৰে।
- আজমলৰ সৈতে কংগ্রেছৰ মিত্রতাৰ প্রসংগকো শিৱৰাজ সিং চৌহানে কৰে সমালোচনা।
- ‘কংগ্রেছ আহিলে অনুপ্রৱেশকাৰীক আশ্রয় দিব, অসমত শান্তি ভংগ হ’ব’- বুলি কয় তেওঁ।
The post গুৱাহাটীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সংবাদমেল… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.