DIGITAL

May 31, 2023

APTCE 18538973148

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ,২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৩,৪৭৬ জন…

  • বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ৫৩,৪৭৬ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ২৬,৪৯০ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ২৫১ গৰাকী ।
  • দেশত কোৰোনাত আক্ৰান্ত হৈছে ১,১৭,৮৭,৫৩৪ জন ।
  • বৰ্তমানেও দেশত কোৰোনাত আক্ৰান্ত হৈ আছে ৩,৯৫,১৯২ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ দেশত মৃত্যু হয় ১,৬০,৬৯২ জন ।

The post দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ,২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৩,৪৭৬ জন… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.