উপায়ুক্তৰ নিৰ্দেশ, ১৪৪ ধাৰা জাৰিঃ ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব…

নলবাৰীত ১৪৪ ধাৰা জাৰি।নলবাৰীৰ উপায়ুক্ত পূৰবী কোঁৱৰৰ নিৰ্দেশনা।অনুমতি অবহিনে কোনো সমদল সভা কৰিব নোৱাৰিব।ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব।প্রশাসনৰ অনুমতি অবিহনে খেলা-ধূলা অনুষ্ঠিত কৰিব নোৱাৰিব।ধৰ্মঘট, ধৰ্ণাও দিব নোৱাৰিব।শুকুৰবাৰৰে পৰা প্রযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি।৬০ দিনলৈ বাহাল থাকিব এই নিৰ্দেশনা।
The post উপায়ুক্তৰ নিৰ্দেশ, ১৪৪ ধাৰা জাৰিঃ ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

পূর্ব বড় খলাতে কংগ্রেসের অবস্থান মজবুত পর্যায়ে চলে গেছে আজ –অভিমত

নিজস্ব সংবাদদাতা বড় খলা 26 শে মার্চ— হাতে গোনা পাঁচ দিন আগে বিজেপির নড়বড়ে প্রচার কে হাতিয়ার করে আজ বড় খলার বিজেপি দলের শক্ত ঘাঁটি বলে পরিচিত  পূর্ব বড় খলার চার চারটি পঞ্চায়েত এলাকায় মহাজোটের প্রার্থী মিস বাহুল্ ইসলামের একটানা নির্বাচনী প্রচার সভা চোখে পড়ার মতো। এখানে উল্লেখ্য যে এই চারটি পঞ্চায়েত এলাকার ভোটার গন […]

নুমলীগড় শোধনাগাৰৰ কৰ্তৃত্ব ল’লে অইল ইণ্ডিয়া লিমিটেডে, অসম চৰকাৰৰ অংশ পূৰ্বৰ দৰেই ১২শতাংশতে থাকিব…

ডিজিটেল ডেস্কঃ নুমলীগড়ৰ তেল শোধনাগাৰ (NRL)ৰ মালিকীস্বত্ব ভাৰত পেট্ৰ’লিয়াম ঠাইত শুকুৰবাৰৰে পৰা অইল ইণ্ডিয়া লিমিটেডে গ্ৰহণ কৰিলে। পূৰ্বেও অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰছ্ লিমিটেডৰ তুলনাত প্ৰায় দুগুণতকৈ অধিক অংশীদাৰিত্ব আছিল অইল ইণ্ডিয়া লিমিটেডৰ। আজি এই অংশীদাৰিত্ব পৰিমাণ NRLৰ অন্তিম বৈঠকত ৭৭শতাংশলৈ বৃদ্ধি কৰি বুজাবুজি চুক্তি সম্পাদনৰ লগতে পূৰ্বৰ পৰিচালন কৰ্তৃপক্ষৰ অন্তিমখন বৈঠক সম্পন্ন কৰা হ’ল।

লগে লগে অন্ত পৰিল ভাৰত পেট্ৰ’লিয়ামৰ কৰ্তৃত্বৰ। পূৰ্বে অসম চৰকাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ ১২.৩৫শতাংশ অংশীদাৰ আছিল যদিও এই পৰিমাণ বৃদ্ধি কৰা নহল। ইয়াৰ বিপৰীতে ইঞ্চিনিয়াৰছ লিমিটেডক ১০শতাংশ অংশীদাৰিত্ব প্ৰদান কৰা হ’ল। যিসময়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিজৰ কৰ্তৃত্বত থকা বহু তৈল ক্ষেত্ৰ দেশী-বিদেশী কোম্পানীক গতাইছে। সেই সময়তে নুমলীগড় শোধনাগাৰৰ ৭৭শতাংশ অংশীদাৰিত্বৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত NRLৰ ভৱিষ্যত কিদৰে নিৰূপিত হ’ব সেয়া সময়েহে ক’ব।

The post নুমলীগড় শোধনাগাৰৰ কৰ্তৃত্ব ল’লে অইল ইণ্ডিয়া লিমিটেডে, অসম চৰকাৰৰ অংশ পূৰ্বৰ দৰেই ১২শতাংশতে থাকিব… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circul..

হিমন্তৰ অভয়বাণী- ক’ত আছে কোভিড কওঁক, কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ- আকৌ কোভিড সাৱধান হওঁক…

স্বাস্থ্য মন্ত্ৰণালয়ৰ সচিবৰ পাছত এইবাৰ কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ ৰাজ্যৰ মুখ্য সচিবলৈ।কোভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি দৃষ্টি ৰাখি বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।গৃহ সচিব অজয় ভাল্লাই প্ৰেৰণ কৰিছে এই পত্ৰ।পত্ৰখনত আগন্তুক উতসৱ প্ৰতি লক্ষ্য ৰাখি কোভিড প্ৰট’কল মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।পত্ৰখনত উল্লেখ কৰা হৈছে যে, কোভিডে দেশত আকৌ জটিল পৰিস্থিতি সৃষ্টি কৰিছে।হোলী আন উতসৱ সমূহ উদযাপন কৰোতে প্ৰয়োজনীয় বিধি মানি চলিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে পত্ৰখনত।

সামাজিক দুৰত্ব, মাস্ক পৰিধান, বহুলোকৰ সমাগমৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ কোৱা হৈছে।সমগ্ৰ দেশতে দেখা পোৱা গৈছে শুকুৰবাৰেও কোভিড সংক্ৰমণ ব্যপক হাৰত হৈছে।উত্তৰাখণ্ডত যোৱা ২৪ঘন্টাত ১৮৬জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত আৰু এজনৰ মৃত্যু হৈছে।মহাৰাষ্ট্ৰত কোভিডত ৪,০৯৫জন লোক সংক্ৰমিত হৈছ। মৃত্যু হৈছে ৩৫জন লোকৰ।তামিলনাডুত শুকুৰবাৰৰ দিনটোত চিনাক্ত কৰা হৈছে ১৯৭১গৰাকী নতুন কোভিড ৰোগী।ৰাজ্যখনত শুকুৰবাৰে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯জন।কৰ্ণাটকত ২৪ঘন্টাত কোভিডত সংক্ৰমিত হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হৈছে।ৰাজ্যখনত ২৫৬৪জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱা..

কাৰ অপ্ৰচাৰ- মুখ্যমন্ত্ৰী হ’ব আজমল!

মৃদুল কুমাৰ সন্দিকৈ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে বদৰুদ্দিন আজমল ভোট লম্ভিছে। ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা। সকলোতে এটাই বাক্য- বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব। কোনো চলাইছে এই অপ্ৰচাৰ, কিয় চলাইছে এই প্ৰচাৰ? কোন লাভ হ’ব ইয়াৰ পৰা?

অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলক লৈ কিয় এই টনা-আজোঁৰা।যিসকলে কৌশলগতভাৱে এই প্ৰচাৰ চলাইছে, তেওঁলোকে জানে এনে সাম্প্ৰদায়িক প্ৰচাৰে তেওঁলোকক সহায় কৰিব। দেখাত সাধাৰণ যেন লাগিলেও এই প্ৰচাৰত আঁৰত আছে ব্যাপক সাম্প্ৰদায়িকতা।

আজমলে নিজেই কৈছে, তেওঁৰ তেনে ইচ্ছা নাই। কংগ্ৰেছৰে মিত্ৰতা কৰি ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত মহাজোঁটৰ অংশীদাৰ হৈ কাৰ বিৰুদ্ধে এই শক্তিয়ে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, সেয়া সকলোৱে জানে। নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰাৰ পাছত এই অপ্ৰচাৰে এতিয়া সাধাৰণ লোকসকলৰ মাজত সাম্প্ৰদায়িকতাৰ সপক্ষে কৌশলগত বীজ ৰোপন কৰিছে এক পক্ষই।

কংগ্ৰেছ, বিজেপি যিদলেই শাসনলৈ নাহক কিয়, ৰাইজে বিচাৰে অসমৰ মৌলিক সমস্যাবোৰ সমাধান হ’ব লাগে। অসমীয়া জাতিৰ অস্তিত্ব সংকটত। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অসমক আৰু অসমীয়াক বুজিব পৰা এখন চৰকাৰ প্ৰয়োজন হৈছে। এইবোৰৰ বিপৰীতে নৃত্য-গীতেৰে অসম বিধানসভা নি..

লখিমপুৰৰ তিনিটা সমষ্টিত মিত্ৰজোঁটৰ ভেঁটিত কঁপনি তুলিছে কংগ্ৰেছ মহাজোঁটে…

ডিজিটেল সংবাদ , লখিমপুৰ : লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কালি সন্ধ্যা ৬ বজাত সামৰণী পৰাৰ পিছৰেপৰা ক্ৰমাৎ সমষ্টিকেইটাত নিৰ্বাচনী সমীকৰণো সলনি হৈ পৰাহে পৰিলক্ষিত হৈছে । বিজেপি মিত্ৰজোঁটৰ হাইপ্ৰফাইল নেতাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰৰ পিছতো এইবাৰ জিলাখনৰ তিনিটা সমষ্টিত মিত্ৰজোঁটৰ ভেঁটিত কঁপনি তুলিছে কংগ্ৰেছ মহাজোঁটে ।

জানিব পৰা মতে , এইবাৰ জিলাখনৰ ১০৯ নং বিহপুৰীয়া সমষ্টি , ১১০ নং নাওবৈচা সমষ্টি আৰু ১১১ নং লখিমপুৰ সমষ্টিত বিজেপি-অগপৰ প্ৰাৰ্থীসকলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে । ১১২ নং ঢকুৱাখনা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ বিজয়ৰ পথ বৰ্তমান সময়ত মসৃণ যদিও এই গৰাকী প্ৰাৰ্থীৰো ভাগ্য এতিয়া ওলমি ৰৈছে সমষ্টিটোৰ অন্তৰ্গত কদম , চিয়াজুলি , ওখমাটি , ডাংধৰা , ডিমৰুগুৰি , বৰ্ষামুখ , বিলমুখ , ভীমপৰা আৰু সোৱণশিৰি পঞ্চায়তবাসীয়ে কৰা ভোটদানৰ ওপৰতহে ।

১০৯ নং বিহপুৰীয়া সমষ্টিত বিজেপি দলে এইবাৰ বিধায়ক দেৱানন্দ হাজৰিকাক টিকট বঞ্চিত কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি আপোনৰূপে পৰিচিত প্ৰাক্তন আছু নেতা ড° অমিয় কুমাৰ ভূঞাক প্ৰাৰ্থীৰূপে..

বুকুৰ বিষত আক্ৰান্ত হৈ শুকুৰবাৰে ৰাতিপুৱা চিকিৎসালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

বুকুৰ বিষত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ।বুকুৰ বিষৰ বাবে দিল্লীৰ সেনা চিকিৎসালয়ত শুকুৰবাৰে ৰাতিপুৱা চিকিৎসাৰ বাবে উপস্থিত হয় ৰাষ্ট্ৰপতি গৰাকী ।চিকিৎসালয়ত বুকুৰ বিষৰ নিয়মীয়া পৰীক্ষাৰ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে ।বৰ্তমান ৰাষ্টপতি গৰাকীৰ স্বাস্থ্যৰ অবস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি গৰাকীৰ আশু আৰোগ্য কামনা কৰে ।
The post বুকুৰ বিষত আক্ৰান্ত হৈ শুকুৰবাৰে ৰাতিপুৱা চিকিৎসালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

মোক ক্ষমা কৰি দিয়কঃ মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এখন কোভিড হস্পাতালত সূত্ৰপাত হোৱা অগ্নিকাণ্ডক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই ভয়ংকৰ অগ্নিকাণ্ডত এতিয়ালৈকে ১০গৰাকী ৰোগীৰ মৃত্যু হোৱা খবৰ পোৱা হৈছে। নিহতসকলৰ পৰিয়াললৈ ৫লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰি মুখ্যমন্ত্ৰী থাকৰেই নিহতৰ পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। তেওঁ লগতে কয় যে,কিছুদিনৰ আগেয়ে এই হস্পাতালখনক কোভিড হস্পাতাল হিচাপে ঘোষণা কৰা হৈছিল। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

The post মোক ক্ষমা কৰি দিয়কঃ মুখ্যমন্ত্ৰী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু ডিব্ৰুগড় জিলা প্ৰশাসন

নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু ডিব্ৰুগড় জিলা প্ৰশাসন।ভোটদান কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং, পুলিং অফিচাৰ, আৰক্ষী- মুঠ পুলিং ষ্টেচন আছে ১৫১৪ টা, ইয়াৰে ৫ টা স্পৰ্শকাতৰ, ৭টা অতি স্পৰ্শকাতৰ।জিলাখনত মুঠ ভোটাৰ হল ১০ লাখ ৭০ হেজাৰ ১৮৮ জন।ডিব্ৰুগড় জিলাত মুঠ ৭টা বিধানসভা সমষ্টিৰ ভোটদান
The post নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু ডিব্ৰুগড় জিলা প্ৰশাসন appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.

বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে : অমিত শ্বাহ

কমলপুৰৰ নিৰ্বাচনী সভাত অমিত শ্বাহ ।বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্রচাৰ অমিত শ্বাহৰ ।শ্রীমন্ত শংকৰদেৱ আৰু মা কামাখ্যাক স্মৰণ অমিত শ্বাহৰ ।লাচিত বৰফুকনকো স্মৰণ গৃহমন্ত্রী অমিত শ্বাহৰ ।কংগ্রেছক তীব্র সমালোচনা গৃহমন্ত্রী অমিত শ্বাহৰ ।ৰাহুল গান্ধীক ‘বাবা’ বুলি কটাক্ষ শ্বাহৰ ।‘অসমলৈ পৰ্যটক হৈ আহে ৰাহুল গান্ধীয়ে’বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ।‘অসমবাসীয়ে নিৰ্ধাৰণ কৰিব আজমলক লাগে নে উন্নয়ন লাগে’‘চৰকাৰ আহিলে আজমলক ভাৰত ৰত্ন দিব ৰাহুল বাবাই’‘অসমৰ গৌৰৱ বৃদ্ধিৰ বাবে কাম কৰিছে বিজেপিয়ে’‘অসম আন্দোলনমুক্ত কৰিলে মুখ্যমন্ত্রী-বিত্তমন্ত্রীয়ে’‘ব্রহ্মপুত্রৰ জৰিয়তে পৰ্যটন কেন্দ্র গঢ়ি তুলিব বিজেপিয়ে’‘প্রধানমন্ত্রী মোডীয়ে অসমৰ বিকাশৰ বাবে বহু কাম কৰিছে’‘তৈলক্ষেত্র বিকাশৰ বাবে দিয়া হৈছে ৪৬ হাজাৰ কোটি টকা’‘স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত বিজেপিয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ’‘অসমত পথ নিৰ্মাণৰ বাবে ৫৩ হাজাৰ টকা দিছে বিজেপিয়ে’চাহ শ্রমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি হ’ব : অমিত শ্বাহ‘২ লাখ চৰকাৰী আৰু ৮ লাখ বেচৰকাৰী চাকৰিৰ আশ্বাস’‘নামঘৰৰ বাবে প্রতিবছৰে ২.৫ লাখ টক..