- বাংলাদেশত দুদিনীয়া ভ্ৰমন সূচীৰে উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
- ঢাকাৰ হজৰত শ্বাহজালাল আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ।
- বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আদৰনি জনাই মোডীক ।
- মো়ডীৰ এই ভ্ৰমনৰ সময়ত দুয়ো খন দেশৰ মাজত বহু কেইখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাবনা ।
The post কোৰোনাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.