- এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় মুম্বাইত ।
- মুম্বাইৰ ড্ৰিমছ মলৰ চানৰাইজ হস্পিতালত সংঘটিত হয় এই অগ্নিকাণ্ড ।
- অগ্নিকাণ্ডটোৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
- বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ।
- চিকিৎসালয় খনত থকা চিকিৎসাধীন হৈ আছিল বহু সংখ্যক কোভিড ৰোগী ।
- অগ্নিকাণ্ড সংঘটিত হোৱা বাবে ৭৬ জন কোভিড ৰোগীক অন্য চিকিৎসালয় স্থানান্তৰ কৰা হয় ।
- অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
- ২৩ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
The post চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ৭৬ জন কোভিড ৰোগীক স্থানান্তৰ, দুজনৰ মৃত্যু… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.