- দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ ।
- কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ততপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ।
- মাস্ক পৰিধান বাধ্যতামুলক কৰিলে ছত্তীশগড় চৰকাৰে ।
- ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা ।
- মধ্যপ্ৰদেশৰ ৭ খন চহৰত ইতিমধ্যে দেওবাৰে এদিনৰ লকডাউন ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।
The post দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.