- কমলপুৰৰ নিৰ্বাচনী সভাত অমিত শ্বাহ ।
- বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্রচাৰ অমিত শ্বাহৰ ।
- শ্রীমন্ত শংকৰদেৱ আৰু মা কামাখ্যাক স্মৰণ অমিত শ্বাহৰ ।
- লাচিত বৰফুকনকো স্মৰণ গৃহমন্ত্রী অমিত শ্বাহৰ ।
- কংগ্রেছক তীব্র সমালোচনা গৃহমন্ত্রী অমিত শ্বাহৰ ।
- ৰাহুল গান্ধীক ‘বাবা’ বুলি কটাক্ষ শ্বাহৰ ।
- ‘অসমলৈ পৰ্যটক হৈ আহে ৰাহুল গান্ধীয়ে’
- বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ।
- ‘অসমবাসীয়ে নিৰ্ধাৰণ কৰিব আজমলক লাগে নে উন্নয়ন লাগে’
- ‘চৰকাৰ আহিলে আজমলক ভাৰত ৰত্ন দিব ৰাহুল বাবাই’
- ‘অসমৰ গৌৰৱ বৃদ্ধিৰ বাবে কাম কৰিছে বিজেপিয়ে’
- ‘অসম আন্দোলনমুক্ত কৰিলে মুখ্যমন্ত্রী-বিত্তমন্ত্রীয়ে’
- ‘ব্রহ্মপুত্রৰ জৰিয়তে পৰ্যটন কেন্দ্র গঢ়ি তুলিব বিজেপিয়ে’
- ‘প্রধানমন্ত্রী মোডীয়ে অসমৰ বিকাশৰ বাবে বহু কাম কৰিছে’
- ‘তৈলক্ষেত্র বিকাশৰ বাবে দিয়া হৈছে ৪৬ হাজাৰ কোটি টকা’
- ‘স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত বিজেপিয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ’
- ‘অসমত পথ নিৰ্মাণৰ বাবে ৫৩ হাজাৰ টকা দিছে বিজেপিয়ে’
- চাহ শ্রমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি হ’ব : অমিত শ্বাহ
- ‘২ লাখ চৰকাৰী আৰু ৮ লাখ বেচৰকাৰী চাকৰিৰ আশ্বাস’
- ‘নামঘৰৰ বাবে প্রতিবছৰে ২.৫ লাখ টকা দিব বিজেপিয়ে’
- শীঘ্রেই জনজাতিকৰণৰ আশ্বাস অমিত শ্বাহৰ
The post বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে : অমিত শ্বাহ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.