DIGITAL

September 25, 2023

APTCE 18538973148

আৰক্ষী-প্ৰশাসনৰ সন্মূখতে এগৰাকী চিকিৎসকৰ আজৱ কাণ্ড…

  • লাহোৱালৰ মদৈঙীয়া ভোটগ্ৰহণ কেন্দ্ৰত আজৱ কাণ্ড।
  • এগৰাকী চিকিৎসকে দেখুৱালে পিষ্টল।
  • ভোট দিবলৈ অহা লোক, প’লিং পিজাইডিং বিষয়াক ভাবুকি।
  • মদ্যপান কৰি আহিছিল চিকিৎসক গৰাকীয়ে।
  • মাতাল চিকিৎসক ডাঃ মুনিন কাকতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • ডিব্ৰুগড় সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

The post আৰক্ষী-প্ৰশাসনৰ সন্মূখতে এগৰাকী চিকিৎসকৰ আজৱ কাণ্ড… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.