- কোন সমষ্টিত কিমান ভোটাৰ।
- ঢকুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১০,৫৪৬ গৰাকী।
- জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,০৮,৮১৩গৰাকী
- সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৪৯টা
- সৰুপথাৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৬৬, ৮৬৯গৰাকী।
- সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৫৪টা।
- টিংখং সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪৪,৫৪৯গৰাকী।
- সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২১৮টা।
- মাৰ্ঘেৰিটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৮৬১গৰাকী।
- ১২খন জিলাৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
The post কোন সমষ্টিত কিমান ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.