- কোৰোনাত আক্ৰান্ত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।
- শনিবাৰে তেণ্ডুলকাৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে ।
- ক্ৰিকেটাৰ গৰাকীয়ে নিজ বাসভৱনত কোৱাৰেন্টাইন কৰি ৰাখিছে ।
- সকলোকে সজাগ হোৱাৰ আহ্বান জনাইছে ক্ৰিকেটাৰ গৰাকীয়ে ।
The post কোৰোনাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.