DIGITAL

October 6, 2022

APTCE 18538973148

কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ…

  • ৰাজ্যত কোৰোনাৰ সংহাৰ ৰূপ।
  • তিনিচুকীয়াৰ এটা গাৰ্লছ হোষ্টেলৰ ৩৫গৰাকী ছাত্ৰী কোৰোনাত আক্ৰান্ত।
  • কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত এই কোৰোনা সংক্ৰমণৰ ঘটনা।
  • তিনিচুকীয়াৰ বৰডুবিত আছে এই বিদ্যালয়খন।

The post কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.