- চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত ।
- ভোটকেন্দ্রত কংগ্রেছ কৰ্মীৰ দ্বাৰা ৰিগিঙৰ অভিযোগ বিজেপিৰ ।
- চামগুৰিৰ পেনাইৰ ৫৮নং ভোটগ্রহণ কেন্দ্রত এই ঘটনা ।
- সংঘৰ্ষত আহত আব্দুল আহমেদ নামৰ এজন বিজেপি কৰ্মী ।
- সংকটজনক অৱস্থাত বিজেপি কৰ্মীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।
- কংগ্রেছী সমৰ্থকে ভাঙিলে বিজেপি নেতাৰ বাহন ।
- ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
The post চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.