DIGITAL

June 9, 2023

APTCE 18538973148

জানি থওঁক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এই কথাবোৰ…

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কিছু গুৰুত্বপূৰ্ণ তথ্য।

১. প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা – ২৬৪ গৰাকী ।

২. পুৰুষ প্ৰাৰ্থীৰ সংখ্যা – ২৪১ গৰাকী

৩. মহিলা প্ৰাৰ্থীৰ সংখ্যা -২৩ গৰাকী

৪. প্ৰথম পৰ্যায়ত মুঠ ভোটদান কৰিব লগীয়া ভোটাৰৰ সংখ্যা -৮১,০৯,৮১৫ গৰাকী ।

৫. ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা – ৪০,৭৭,২১০ গৰাকী ।

৬. মহিলা ভোটাৰৰ সংখ্যা – ৪০,৩২,৪৮১ গৰাকী ।

৭. তৃতীয় লিংগ ভোটাৰৰ সংখ্যা – ১২৪ গৰাকী ।

৮. প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি – জোনাই

৯. জোনাইত মুঠ ভোটাৰৰ সংখ্যা – ৩,১১,৬৬০ গৰাকী

১০. সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি – থাওৰা

১১. থাওৰা সমষ্টিত ভোটাৰৰ সংখ্যা -১,১৫,৩৬৪ গৰাকী

১২. প্ৰথম পৰ্যায়ত মুঠ ভোটগ্ৰহন কেন্দ্ৰ – ১১,৫৩৭ টা

The post জানি থওঁক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এই কথাবোৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.