- বাংলাদেশত মোডীৰ ভ্ৰমণত লৈ তীব্ৰ প্ৰতিবাদ ।
- বাংলাদেশৰ স্বাধীনতাৰ সোনালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া কাৰ্যসূচী আছিল প্ৰধানমন্ত্ৰী মোডীৰ।
- মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্টি বহু বাংলাদেশী নাগৰিকৰ।
- মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদ একাংশৰ।
- পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা ।
- আৰক্ষীৰ গুলীত নিহত ৪ প্ৰতিবাদকাৰী।
- আৰক্ষীৰ সংঘৰ্ষত আহত কেইবাজনো প্ৰতিবাদকাৰী।
The post বাংলাদেশত মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদঃ নিহত ৪ প্ৰতিবাদকাৰী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.