- পশ্চিম বংগত নিৰ্বাচনী হিংসা।
- বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ।
- ভাতৃ সোমেন্দু অধিকাৰীক চলন্ত বাহনত আক্ৰমণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।
- টিএমচিৰ কৰ্মী সকলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ।
- ঘটনাত গুৰুতৰ ভাৱে আহত বাহনখনৰ চালক।
The post বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.