DIGITAL

January 29, 2023

APTCE 18538973148

বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ

  • পশ্চিম বংগত নিৰ্বাচনী হিংসা।
  • বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ।
  • ভাতৃ সোমেন্দু অধিকাৰীক চলন্ত বাহনত আক্ৰমণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।
  • টিএমচিৰ কৰ্মী সকলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ।
  • ঘটনাত গুৰুতৰ ভাৱে আহত বাহনখনৰ চালক।

The post বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.