- কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু ।
- হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প’লিং বিষয়া গৰাকীৰ ।
- বিষয়া গৰাকীৰ নাম তুলসী খনিকৰ ।
- সোনাৰি সমষ্টিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত আছিল বিষয়া গৰাকী ।
- বিষয়া গৰাকীক লৈ যোৱা হৈছিল হস্পিতাললৈ ।
- হস্পিতাললৈ লৈ যোৱা পথতেই মৃত্যু হয় বিষয়া গৰাকীৰ ।
The post সোনাৰিৰ ভোটগ্ৰহন কেন্দ্ৰত হৃদৰোগত আক্ৰান্ত হৈ বিষয়াৰ মৃত্যু… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.