- আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পুৱা ৭বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
- ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে।
- নিৰ্বাচন অনুষ্ঠিত হব ৪৭টা সমষ্টিত।
- নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহ হৈছে- মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া আৰু মাৰ্ঘেৰিটা।
- লগতে লাহোৱাল, দুলীয়াজান, টিংখং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহাহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাইতো অনুষ্ঠিত হব নিৰ্বাচন।
The post ৭ বজাৰ পৰা আৰম্ভ ভোটদান, ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.