- দক্ষিণ কাশ্মীৰৰ অনন্তনাগত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
- দুই সন্ত্ৰাসবাদী নিহত সেনাৰ গুলীত।
- শনিবাৰে নিশা বাঙ্গম এলেকাত এই গুলীয়াগুলি।
- সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল অভিযান।
The post কাশ্মীৰত সেনাৰ গুলীত নিহত ২সন্ত্ৰাসবাদী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.