- ওদালগুৰিৰ হৰিশিঙা বিজেপিত খহনীয়া।
- বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰে ৰিঞ্জয় বড়োৱে।
- বিগত বিটিচি নিৰ্বাচনত হৰিশিঙা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বড়োৱে।
- ৰিঞ্জয় বড়ো আছিল অসম ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক।
- ৰিঞ্জয় বড়োক আদৰণি জনাই ওদালগুৰি সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে।
- বড়োৰ সৈতে বিজেপি-ইউপিপিএলৰ একাধিক সদস্যই বিপিএফত যোগদান কৰে।
The post বিজেপিত খহনীয়া অব্যাহত appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.